ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ১১.৪৮ কোটিৰো অধিক অব্যৱহৃত কোভিড-১৯ভেকছিনৰ পালি আছে: চৰকাৰ

pc- IndiaTv News

ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ১১.৪৮ কোটিৰো অধিক অব্যৱহৃত কোভিড-১৯ভেকছিনৰ পালি আছে: চৰকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এতিয়াও ১১,৪৮,৯৯,৯৫৬ টা অব্যৱহৃত কোভিড-১৯ ভেকছিনৰ পালি উপলব্ধ আছে, কেন্দ্ৰই কয়। স্বাস্থ্য মন্ত্ৰালয়ে কয়, “ভাৰত চৰকাৰৰ জৰিয়তে আৰু প্ৰত্যক্ষ ৰাজ্যিক ক্ৰয় শ্ৰেণীৰ জৰিয়তে এতিয়ালৈকে ৰাজ্য/ইউটিসমূহক ১৬৪.৮৯ কোটিতকৈও অধিক ভেকছিনপালি প্ৰদান কৰা হৈছে।”