ৰাজ্যসভাত CA বিধেয়ক গৃহীত হোৱাৰ সময়ত ২০০ বাৰ ভইচ ভোট লোৱা হৈছিল

pc deccan herald

ৰাজ্যসভাত CA বিধেয়ক গৃহীত হোৱাৰ সময়ত ২০০ বাৰ ভইচ ভোট লোৱা হৈছিল

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যসভাত চাৰ্টাৰ্ড একাউণ্টেণ্টৰ (CAS) ওপৰত এখন বিধেয়ক গৃহীত কৰাৰ বাবে ২০০ বাৰতকৈও অধিক ভইচ ভোট লোৱা হৈছিল। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ উত্তৰকে ধৰি বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কত প্ৰায় দুই ঘণ্টা ২০ মিনিট সময় লাগিছিল আৰু ভোটদান প্ৰক্ৰিয়াত ৩০ মিনিটতকৈও অধিক সময় লাগিছিল। বিধেয়কখনত ১০৬ টা ধাৰা আৰু ধাৰা-অনুসৰি সংশোধন কৰা হৈছিল।