ৰাজ্যত নতুন এছ অ’ পি ঘোষণা : ৭খন জিলা সম্পূৰ্ণ ভাবে কন্টেইনমেন্ট জ’ন : গুৱাহাটীত আবেলি ৫ বজাৰ পৰা কাৰ্ফিউ

ৰাজ্যত নতুন এছ অ’ পি ঘোষণা : ৭খন জিলা সম্পূৰ্ণ ভাবে কন্টেইনমেন্ট জ’ন : গুৱাহাটীত আবেলি ৫ বজাৰ পৰা কাৰ্ফিউ
অনলাইন বাার্তাসেৱা- নতুনকৈ কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে – যোৰহাট, লখিমপুৰ, বিশ্বনাথ
গোৱালপাৰা,শোণিতপুৰ জিলাক কন্টেইমেন্ট জিলা ঘোষণা আৰু ১৬ জিলাত আৱেলি ২ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ। কামৰূপ মহানগৰীত কাৰ্ফিউৰ সময় ৫ বজালৈ বৃদ্ধি। আৱেলি ৫ বজালৰ পৰা পুৱা ৫ বজালৈকে প্ৰযোজ্য হ’ব কাৰ্ফিউ।বন্ধ থাকিব আন্তঃজিলা যাতায়ত। বিবাহৰ ক্ষেত্ৰত পূৰ্বৰ এছ অ’ পিয়েই বাহাল থাকিব। সম্পূৰ্ণ কন্টেইমেন্ট জ’ন ঘোষণা কৰা জিলা কেইখন ক্ৰমে-
যোৰহাট, গোৱালপাৰা, গোলাঘাট, মৰিগাঁও, বিশ্বনাথ, লখিমপুৰ, শোণিতপুৰ।
কোভিড বিধি মানিবলৈ ৰাজ্যবাসীক আহ্বান স্বাস্থ্য মন্ত্ৰীৰ।কামৰূপ মহানগৰীৰ বাসিন্দাসকলক বিশেষভাৱে কোভিড বিধি মানি চলিবলৈ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ। by utpal kalita