ৰাজ্যত নতুনকৈ ৫৩ জন লোক কৰ’নাত আক্ৰান্ত

Pc Cleveland Clinic

ৰাজ্যত নতুনকৈ ৫৩ জন লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমত কৰ’নাত নতুনকৈ ৫৩ জন লোক সংক্ৰমিত হয়। মুঠ ৯,৭৪৬ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছিল। দৈনিক আক্ৰান্তৰ হাৰ ০.৫৪%। নতুনকৈ কৰ’না সংক্ৰমণৰ ফলত ১ জন লোকৰ মৃত্যু হয়। ৰাজ্যখনত সুস্থতাৰ হাৰ ৯৮.৬৭%।