ৰাজ্যত আজিৰে পৰা প্ৰযোজ্য নতুন SOP

Pc-The indian Express

অনলাইন বাৰ্ত্তাসেৱা-  ৰাজ্যত আজিৰে পৰা প্ৰযোজ্য হব নতুন SOP। এসপ্তাহৰ বাবে ৰাজ্যত নতুন SOP।অহা দেওবাৰৰ লৈকে ৰাজ্যত প্ৰযোজ্য হব এই নতুন SOP ২৪৭টা অঞ্চলত হৈছে অধিক সংক্ৰমণ। পৰ্টেল কন্টেইনমেন্ট জন ঘোষণা কৰিবলৈ নিৰ্দেশ উপাযুক্তক। সোমবাৰৰ পৰা  সম্পূৰ্ণ কন্টেইনমেন্ট জন ঘোষণা কৰা হব  বিশ্বনাথ, গোৱালপাৰা, মৰিগাও আৰু গোলাঘাটত। কেৱল অত্যাৱশকীয় সেৱাহে চলাচল অব্যাহত থাকিব। হটস্পৰ্ট হিচাপে ঘোষণা কৰা অঞ্চলসমূহত ১০তকৈ অধিক সংক্ৰমণ ৩বজালৈকে গুৱাহাটীত খোলা থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান।৪ বজাৰ পৰা মহানগৰীত হব কাৰ্ফিউ।  ইয়াৰ উপৰিও গোলাঘাট জিলাৰ বোকাখাত মহকুমাক সম্পূৰ্ণ কনন্টেইনমেন্চ জ’ন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।