ৰাছিয়া-ইউক্ৰেইন যুদ্ধই আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ স্থিৰতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে: প্ৰধানমন্ত্ৰী মোদী

ৰাছিয়া-ইউক্ৰেইন যুদ্ধই আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ স্থিৰতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে: প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা– বিমষ্টেক সন্মিলনত ভাৰ্চুৱেল ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধই “আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ স্থিৰতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে”। তেওঁ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ মাজত আঞ্চলিক সহযোগিতাৰ আহ্বান জনাই এইদৰে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ভাৰতে বিমষ্টেকক ইয়াৰ পৰিচালনা বাজেটৰ বাবে ১ মিলিয়ন ডলাৰ প্ৰদান কৰিব।