৯ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে শ্ৰীলংকাত এদিনীয়া খেলত পৰাজিত হয় ভাৰত

pc India Todey

অনলাইন বাৰ্ত্তাসেৱা – কলম্বোৰ আৰ. প্ৰেমদাচা ষ্টেডিয়ামত তৃতীয় এদিনীয়াত শ্ৰীলংকাই ভাৰতক ৩ উইকেটত পৰাস্ত কৰে। ন বছৰৰ পিছত প্ৰথম বাৰৰ বাবে যে শ্ৰীলংকাই তেওঁলোকৰ ভূমিত এদিনীয়া ক্ৰিকেটত ভাৰতক পৰাস্ত কৰে। ইয়াৰ আগতে, শ্ৰীলংকাই তেওঁলোকৰ ভূমিতেই এদিনীয়া খেলত ভাৰতক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ২৪ জুলাই, ২০১২ তাৰিখে হাম্বানটোটাত।

(UD.)