৫৮ হাজাৰ লোক ভাৰতত নতুনকৈ কৰ’নাত সংক্ৰমিত 

Pc NPR

৫৮ হাজাৰ লোক ভাৰতত নতুনকৈ কৰ’নাত সংক্ৰমিত 

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৫৮,০৯৭ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। দেশখনত নতুনকৈ ৫৩৪ জন লোকত ৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। ১৫,৩৮৯জন লোক নতুনকৈ কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। ভাৰতত বৰ্তমান ২,১৪,০০৪ টা সক্ৰিয় ঘটনা আছে।  আনহাতে দৈনিক পজিটিভৰ হাৰ ৪.১৮% লৈ বৃদ্ধি হৈছে।