২১ জুলাইৰ পৰা স্বাধীনতা দিৱসলৈকে ৰাইজৰ বাবে বন্ধ থাকিব লাল কিল্লা

pc The Economic Times

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এ.এছ.আই.)য়ে প্ৰকাশ কৰে যে ২১ জুলাইৰ পৰা ১৫ আগষ্টলৈ স্বাধীনতা দিৱস উদযাপন শেষ নোহোৱালৈকে দিল্লীৰ লাল কিল্লা বন্ধ থাকিব দৰ্শনাৰ্থীসকলৰ বাবে। ১২ জুলাইত দিল্লী আৰক্ষীয়ে কোভিড-১৯ মহামাৰী আৰু নিৰাপত্তাজনিত কাৰণৰ প্ৰতি লক্ষ্য ৰাখি ১৫ জুলাইৰ পৰা লাল কিল্লা বন্ধ কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াই।

(UD.)