২০২১ চনত ড্ৰাগস সৰবৰাহৰ গোচৰত ৬১,৮৮২ জনক গ্ৰেপ্তাৰ: চৰকাৰ

pc The economic Times

২০২১ চনত ড্ৰাগস সৰবৰাহৰ গোচৰত ৬১,৮৮২ জনক গ্ৰেপ্তাৰ: চৰকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০২১ চনত সমগ্ৰ দেশতে ড্ৰাগস সৰবৰাহৰ গোচৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক ড্ৰাগ আইন প্ৰৱৰ্তন কাৰী সংস্থাই মুঠ ৬১,৮৮২ জন লোকক গ্ৰেপ্তাৰ কৰিছিল, চৰকাৰে জনায়। গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে তেওঁলোকৰ ৯৯.৩৬% ভাৰতীয়, ০.৬৪% বিদেশী নাগৰিক আছিল নাৰ্কোটিক্স নিয়ন্ত্ৰণ ব্যুৰো (এনচিবি)ৰ অস্থায়ী তথ্য অনুসৰি।