২০২০-২১ বৰ্ষৰ বাবে জিএছটি বাৰ্ষিক ৰিটাৰ্ণ দাখিলৰ সময়সীমা ২৮ ফেব্ৰুৱাৰী, ২০২২ লৈ বৃদ্ধি 

Pc The HIndu

২০২০-২১ বৰ্ষৰ বাবে জিএছটি বাৰ্ষিক ৰিটাৰ্ণ দাখিলৰ সময়সীমা ২৮ ফেব্ৰুৱাৰী, ২০২২ লৈ বৃদ্ধি 

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক পৰিষদে (চিবিআইচি) কয় যে চৰকাৰে ২০২১ চনৰ মাৰ্চত সমাপ্ত হোৱা ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে জিএছটি বাৰ্ষিক ৰিটাৰ্ণ দাখিল কৰাৰ বাবে ব্যৱসায়ৰ সময়সীমা ২৮ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিছে। পূৰ্বৱৰ্তী সময়সীমা আছিল ৩১ ডিচেম্বৰ,২০২১। ২ কোটিৰ অধিক মুঠ বাৰ্ষিক টাৰ্ণঅ’ভাৰ থকা পঞ্জীভুক্ত কৰদাতাসকলৰ বাবে প্ৰপত্ৰ জিএছটিআৰ-৯ত বাৰ্ষিক ৰিটাৰ্ণ প্ৰদান কৰাটো বাধ্যতামূলক।