১ ছেপ্তেম্বৰৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ

pc India TV News

১ ছেপ্তেম্বৰৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ

অনলাইন বাৰ্ত্তাসেৱা – শিক্ষাখণ্ডৰে জড়িত সকলো শিক্ষক-কৰ্মচাৰীৰ লগতে ১৮ বছৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভেকচিন প্ৰদান শিবিৰ আৰম্ভ হ’ব ২৭ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ। ১ ছেপ্তেম্বৰৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হ’ব। একেসময়তে হোষ্টেলসমূহো খোলাৰ ব্যৱস্থা কৰিব। হোষ্টেলৰ আৱাসীসকলে দুটা ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক। ৩০ বা ৩১ আগষ্টত শিক্ষা বিভাগে ঘোষণা কৰিব বিশেষ এছ. অ’. পি.।

(By Utpal Kalita)