১৯ ছেপ্টেম্বৰৰ পৰা ইউ.এ.ই.ত পুনৰ আৰম্ভ হ’ব আই পি এল ২০২১

pc The Sports News

অনলাইন বাৰ্ত্তাসেৱা – বি.চি.চি.আই.য়ে ঘোষণা কৰে আই.পি.এল. ২০২১-ৰ বাকী থকা সময়সূচী। ইয়াক ইউ.এ.ই.-ত পুনৰ আৰম্ভ কৰা হ’ব। মহামাৰীৰ মাজত চলিত বৰ্ষৰ মে’ মাহত পিছুৱাই দিয়া এই চতুৰ্দশ ছিজনটো ১৯ ছেপ্টেম্বৰত ডুবাইত চেন্নাই চুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুস্থিত হ’বলগীয়া এখন খেলৰ সৈতে পুনৰ আৰম্ভ কৰা হ’ব। উল্লেখযোগ্য যে, ফাইনেলখন ১৫ অক্টোবৰত ডুবাইত অনুষ্ঠিত হ’ব।

(UD.)