১৮০কোটি প্ৰাপ্তবয়স্ক লোকক ভাৰতত কোভিড-১৯ৰ ভেকচিন প্ৰদান

p.c. telangana today

১৮০কোটি প্ৰাপ্তবয়স্ক লোকক ভাৰতত কোভিড-১৯ৰ ভেকচিন প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কৈছিল যে ভাৰতত প্ৰদান কৰা কোভিড-১৯ ভেকছিনৰ মুঠ পালিৰ সংখ্যা ১৭৯.৬৯ কোটিতকৈও অধিক হৈছে। ১৭৯.৬৯ কোটি ভেকছিন পালিৰ ভিতৰত, ৯৬.৮ কোটি হৈছে প্ৰথম পালি আনহাতে ৮০.৬ কোটি হৈছে দ্বিতীয় পালি। ভাৰতত প্ৰায় ৯৮ শতাংশ প্ৰাপ্তবয়স্ক লোক কমেও এটা কোভিড-১০ ভেকছিন পালি গ্ৰহণ কৰিছে। আৰু ৮৩ শতাংশ লোকক সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে। এতিয়ালৈকে ২.১০ কোটিৰো অধিক কোভিড-১৯ ভেকছিনৰ বুষ্টাৰ পালি প্ৰদান কৰা হৈছে, ইয়াত আৰু কোৱা হৈছে।