১৭ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা শ্বুটাৰৰ আত্মহত্যা

Pc the indian Express

১৭ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা শ্বুটাৰৰ আত্মহত্যা

ৰঙিলী বাৰ্ত্তাসেৱা-  পঞ্জাৱৰ এগৰাকী ১৭ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰে পঞ্জাৱৰ ফৰিদকোটৰ বাসগৃহৰ ভিতৰত নিজৰ অনুজ্ঞাপত্ৰযুক্ত পিষ্টলেৰে নিজকে গুলীয়াই আত্মহত্যা কৰি মৃত্যুবৰণ কৰে বুলি অভিযোগ কৰা হৈছে।খুছ চিৰত কৌৰ সান্ধু নামৰ কিশোৰীগৰাকীয়ে একাধিক ৰাষ্ট্ৰীয় পদক লাভ কৰিছিল বুলি আৰক্ষীয়ে জনায়, কিন্তু শেহতীয়াকৈ সমাপ্ত হোৱা ৬৪ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত তেওঁৰ প্ৰদৰ্শনত অসন্তুষ্ট বুলি অভিযোগ কৰা হৈছে।