১৫-১৮ বছৰ বয়সৰ ৫০% ৰো অধিক শিশুক প্ৰথম ভেকছিন পালি প্ৰদান

p.c. mintt

১৫-১৮ বছৰ বয়সৰ ৫০% ৰো অধিক শিশুক প্ৰথম ভেকছিন পালি প্ৰদান 

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য মন্ত্ৰী ড০ মনসুখ এল মাণ্ডৱিয়াই  কৈছিল যে ভাৰতে ১৫-১৮ বছৰ বয়সৰ ৫০% ৰো অধিক শিশুক কোভিড-১৯ ভেকছিনৰ প্ৰথম পালিৰ টিকাকৰণ কৰিছে। “টিকাকৰণৰ প্ৰতি যুৱক-যুৱতীসকলৰ উৎসাহে সমগ্ৰ ভাৰতৰ লোকসকলক অনুপ্ৰেৰণা যোগাইছে,” ডাঃ মাণ্ডৱিয়াই  এক টুইটযোগে কয়। ভাৰতে ৩ জানুৱাৰীৰ পৰা ১৫-১৮ বছৰ বয়সৰ শিশুক টিকাকৰণ আৰম্ভ কৰিছিল।