১৫-১৮ বছৰৰ ভিতৰত ১ কোটিৰো অধিক যুৱক-যুৱতীক সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে: মাণ্ডৱিয়া

pc.- The EconomicTimes

১৫-১৮ বছৰৰ ভিতৰত ১ কোটিৰো অধিক যুৱক-যুৱতীক সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে: মাণ্ডৱিয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই টুইট কৰি কয় যে ১৫ ৰ পৰা ১৮ বছৰৰ ভিতৰত এক কোটিৰো অধিক যুৱক-যুৱতীক কোভিড-১৯ৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে। তেওঁ টুইট কৰি কয়, “যুৱ ভাৰতৰ এই এক ঐতিহাসিক কৃতিত্ব। মান্দাৱিয়াই প্ৰকাশ কৰিছিল যে এই গোটৰ পাঁচ কোটিতকৈও অধিক যুৱক-যুৱতীক ভেকছিনৰ প্ৰথম পালি দিয়া হৈছে।