হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰতিৰক্ষা বিভাগৰ প্ৰধান বিপিন ৰাৱাট, তেওঁৰ পত্নী আৰু আন ১১ জনৰ মৃত্যু

Pc the indian express

হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰতিৰক্ষা বিভাগৰ প্ৰধান বিপিন ৰাৱাট, তেওঁৰ পত্নী আৰু আন ১১ জনৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় বায়ু সেনাই টুইট যোগে কয় যে তামিলনাডুত হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰতিৰক্ষা বিভাগৰ প্ৰধান জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱাট আৰু আন ১১ জনৰ মৃত্যু হৈছে। “জিপি কেপ্টেইন বৰুণ সিং এছচি, আঘাত প্ৰাপ্ত ডিএছএছচিৰ নিৰ্দেশক কৰ্মচাৰী বৰ্তমান ৱেলিংটনৰ সামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে,” ইয়াত যোগ দিয়া হৈছে।