হিন্দু ধৰ্ম নাজানে, পুৰোহিতই তেওঁক বহিবলৈ শিকাইছিল: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ

pc. Hindustan

হিন্দু ধৰ্ম নাজানে, পুৰোহিতই তেওঁক বহিবলৈ শিকাইছিল: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীযোগী আদিত্য নাথ

ৰঙিলী বাৰ্ত্তাসেৱা- আমেঠিত এক ৰেলী সম্বোধন কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে কয় যে ৰাহুল গান্ধীয়ে হিন্দু ধৰ্ম বা হিন্দুত্বৰ বিষয়ে একো নাজানে। তেওঁ কয়, “আমেঠিৰ (ৰাহুল গান্ধী) প্ৰাক্তন সাংসদজনে মন্দিৰত কেনেকৈ বহিব লাগে নাজানে। মন্দিৰৰ পুৰোহিতজনে তেওঁক শিকাব লাগিছিল। তেওঁ নাজানে হিন্দু ধৰ্ম বা হিন্দুত্ব কি, আৰু তেওঁ মিছা প্ৰচাৰ কৰি আছে।”