সৰুপথাৰ লায়ন্স ক্লাৱ আৰু অখিল ভাৰতীয় মাৰোৱাড়ী মহিলা সন্মিলন, বৰপথাৰৰ সৌজন্যত চকু ছানি পৰা (CATARACT)ৰোগৰ পৰীক্ষা তথা বিনামূলীয়া অস্ত্ৰোপচাৰৰ বাবে ৰোগী বাচনি শিবিৰ আয়োজন

সৰুপথাৰ লায়ন্স ক্লাৱ আৰু অখিল ভাৰতীয় মাৰোৱাড়ী মহিলা সন্মিলন, বৰপথাৰৰ সৌজন্যত চকু ছানি পৰা (CATARACT)ৰোগৰ পৰীক্ষা তথা বিনামূলীয়া অস্ত্ৰোপচাৰৰ বাবে ৰোগী বাচনি শিবিৰ আয়োজন

ৰূপাংক বৰুৱা,গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা– যোৰহাট লায়ন্স চাৰ্ভিছ ট্ৰাষ্টৰদ্বাৰা সৰুপথাৰ লায়ন্স ক্লাৱ আৰু অখিল ভাৰতীয় মাৰোৱাড়ী মহিলা সন্মিলন, বৰপথাৰৰ সৌজন্যত চকু ছানি পৰা (CATARACT)ৰোগৰ পৰীক্ষা তথা বিনামূলীয়া অস্ত্ৰোপচাৰৰ বাবে ৰোগী বাচনি শিবিৰ আয়োজন কৰিছে দেওবাৰ, ৯ জানুৱাৰীত।শিবিৰ স্থাপন কৰা হৈছে বৰপথাৰ ষ্টেচন ৰোডৰ মাৰোৱাৰি ঠাকুৰবাৰিত, সময় পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১.০০ বজালৈ ।ইচ্ছুক ব্যক্তি সকলক এই শিবিৰত যোগদান কৰিবলৈ অনুৰোধ কৰা হ’ল।

 

 

ৰূপাংক বৰুৱা,গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা