স্বাধীনতা — প্ৰস্তুতি শৰ্মা গোলাঘাট বাণিজ্য মহাবিদ্যালয়

স্বাধীনতা

“দেউতা তোমাৰ চিন্তাধাৰাবোৰ এতিয়া সলনি হ’ব হ’ল”
সময় সলনি হ’ল।
“তই এতিয়াও সৰু হৈ আছ মাজনী ”
মনতে ভাবিলে দেশে স্বাধীনতা লাভ কৰা ইমান বছৰ হ’ল যদিও মানুহৰ চিন্তাধাৰা কিন্তু একেই থাকিল। আমি বাৰু সচাই স্বাধীনে?
প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়