স্বাধীনতাৰ শুভকামনা–ৰাজলক্ষ্মী বৰঠাকুৰ দেৱৰাজ ৰয় মহাবিদ্যালয়, গোলাঘাট

স্বাধীনতাৰ শুভকামনা
পুনৰ সেই দিনবোৰলৈ উভতি যাওঁ
বুকুৰ তেজ ধালি দেশ মাতৃক ,
পৰাধীনতাৰ শিকলি ছিঙি
স্বাধীনতা ঘূৰাই অনা
বীৰ চহিদসকলক মনত পেলাওঁ ,
নিবিচাৰিবা আমাক, আমাৰ পৰিচয়
একে দাল সূতাৰে বন্ধা আমি মাঠু ভাৰতীয়
প্রয়োজন হলে দেশৰ হকে
অকাতৰে দিম বলিদান
আহক আমি সকলোৱে মিলি
দেশ মাতৃক কৰো প্রণাম।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট
৭০০২৪৪৩৭৮২