সোমনাথত কেইবাটাও প্ৰকল্প  উদ্বোধন  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

pc Oneindia

সোমনাথত কেইবাটাও প্ৰকল্প  উদ্বোধন  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

অনলাইন বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি  ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে গুজৰাটৰ সোমনাথ প্ৰমেনাডকে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছে। উপকূলৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ আৰু তীৰ্থযাত্ৰীসকলৰ বাবে সুবিধা যোগ কৰিবলৈ প্ৰমেনাডটো নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে শ্ৰী পাৰ্বতী মন্দিৰৰ আধাৰশিলাও স্থাপন কৰিছে ।

(UD.)