সোবনশীৰী নৈৰ গড়া খহনীয়াৰ পৰিদৰ্শন কৰে বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাই

সোবনশীৰী নৈৰ গড়া খহনীয়াৰ পৰিদৰ্শন কৰে বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাই

ৰঙিলী বাৰ্ত্তাসেৱা-  লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বাহগড়া ধূনাগুৰিৰ সোবনশীৰী নৈৰ গড়া খহনীয়াৰ পৰিদৰ্শন কৰে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় অমিয় কুমাৰ ভূঞা দেৱে।।লগতে নবেম্বৰ মাহৰ পৰা মথাউৰী সবলীকৰণৰ কাম আৰম্ভ কৰিবলৈ বিভাগীয় কতৃপক্ষ আৰু নিৰ্মাণ গোটক নিৰ্দেশ প্ৰদান কৰে।। উক্ত পৰিদৰ্শন কালছোৱাত বিহপুৰীয়া উপ সমণ্ডলৰ জলসম্পদ বিভাগৰ সহকাৰী কাৰ্য্যবাহী জীৱন কাত্নী চান্দা উপষ্ঠিত থাকি গড়াখহনীয়া পৰিদৰ্শন কৰে।