সম্বন্ধ–অলকা দাস

PC-projectlife wellness

সম্বন্ধ

  সম্বন্ধ এনে এটি নাম যাৰ ,অৰ্থ দিবলৈ
       হয়তো সকলোৰে সামৰ্থ নহব পাৰে।।
কিন্তু, মোৰ ভাষাত প্ৰকাশ কৰিব, বিচাৰোঁ
             সেই সম্বন্ধৰ নামটিৰ অৰ্থ_____
 ____দাদাৰ বাবে হল, বৌ 😊
 _____বাৰ বাবে হল, ভিন্দেও 😊
_____দেউতাৰ বাবে হল ঘৰখনৰ দায়িত্ব😞
আৰু মোৰ মাৰ বাবে হল ঘৰখনৰ ,
           সকলো বিষয়ত নজৰ ৰাখি,
     সকলোৰে সুখৰ কথা ভবা।।।।।।
তেওঁ সকলো সমস্যাৰ লগত যুঁজি
            আমাক জয় কৰাইছে
নিজে পূৰণ কাপোৰ পিন্ধি ,
     আমাক ৰজা, ৰানীৰ দৰে সজাইছে 🙂🙂
কোনো অভাৱৰ কথা নাভাবি,পোন প্ৰথম___
        মোৰ সুখ বিচাৰে,,,, এনে
             নিসাৰ্থ তেওঁৰ ভালপোৱাক____
                        কিয় মই নিদিওঁ __
 তেওঁক , মোৰ প্ৰথম আৰু শেষ সম্বন্ধৰ নাম❤
            আপুনিয়ে হল মোৰ , ভালপোৱা
                         আপুনিয়েই হল মোৰ সুখ
       ‌‌ আপুনিয়েই হল মোৰ প্ৰথম লক্ষ্য 💕
          আপুনিয়েই হল‌ মোৰ প্ৰথম সম্বন্ধ 🙃🙃
                Love you……MA
–অলকা দাস