সংস্কাৰ, প্ৰদৰ্শন, পৰৱৰ্তী স্তৰলৈ ৰূপান্তৰ: প্ৰধানমন্ত্ৰীৰ পৰা প্ৰশিক্ষাৰ্থী অসামৰিক কৰ্মচাৰীলৈ

pc Times Of india

সংস্কাৰ, প্ৰদৰ্শন, পৰৱৰ্তী স্তৰলৈ ৰূপান্তৰ: প্ৰধানমন্ত্ৰীৰ পৰা প্ৰশিক্ষাৰ্থী অসামৰিক কৰ্মচাৰীলৈ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুচুৰীৰ লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমীত ৯৬ সংখ্যক কমন ফাউণ্ডেচন পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়ায়।প্ৰশিক্ষাৰ্থী অসামৰিক কৰ্মচাৰীসকলক ‘একবিংশ শতিকাৰ আটাইতকৈ ডাঙৰ লক্ষ্য’ অটমনিৰ্ভৰ ভাৰত আৰু আধুনিক ভাৰতৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়।  তেওঁ তেওঁলোকক “সংস্কাৰ, প্ৰদৰ্শন আৰু পৰৱৰ্তী স্তৰলৈ ৰূপান্তৰ” কৰিবলৈ কয়।