সংকেত চাৰ্গাৰৰ কমনৱেলথ গেমছ ২০২২ৰ বাবে যোগ্যতা অৰ্জন

pc ANI News

সংকেত চাৰ্গাৰৰ কমনৱেলথ গেমছ ২০২২ৰ বাবে যোগ্যতা অৰ্জন 

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় ভাৰোত্তোলক সংকেত চাৰ্গাৰে ছিংগাপুৰ ভাৰোত্তোলন ইণ্টাৰনেচনেলত পুৰুষৰ ৫৫ কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰি কমনৱেলথ আৰু ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। ইয়াৰ সৈতে, সংকেতে কমনৱেলথ গেমছ 2022-ৰ বাবে যোগ্যতা অৰ্জন কৰে। চাৰ্গাৰে ২৫৬ কিলোগ্ৰাম (স্নেচ-১১৩ কিগ্ৰা) উত্তোলন কৰিছিল)। ইফালে, মুঠ ২৪৬ কিলোগ্ৰাম উত্তোলন কৰা চি ঋষিকান্ত সিঙেও ৰূপৰ পদক জয় কৰাৰ পিছত কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰে।