শ্ৰীলংকা প্ৰেজে অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰিবলৈ বিশেষজ্ঞ দল নিয়োগ কৰে

pc hindustan times

শ্ৰীলংকা প্ৰেজে অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰিবলৈ বিশেষজ্ঞ দল নিয়োগ কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে দেশখনত চলি থকা অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰিবলৈ বিশেষজ্ঞৰ এটা দল নিয়োগ কৰিছে। জানিব পৰা মতে সদস্যসকলৰ ভিতৰত আছে দেশৰ কেন্দ্ৰীয় বেংকৰ প্ৰাক্তন গভৰ্ণৰ, বিশ্ব বেংকৰ প্ৰাক্তন মুখ্য অৰ্থনীতিবিদ আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ প্ৰাক্তন উপ-সঞ্চালক। সদস্যসকলে গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ওপৰত ৰাষ্ট্ৰপতিৰ সৈতে আলোচনা কৰিছিল।