শ্ৰীলংকাৰ বিৰুদ্ধে হোৱা ভাৰতৰ অন্তিম ১০ খন টি-২০ খেলত ভাৰতৰ নৱম বিজয়

pc The Indian Express

অনলাইন বাৰ্ত্তাসেৱা – কলম্বোৰ আৰ প্ৰেমদাচা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ত ভাৰতে শ্ৰীলংকাক ৩৮ ৰাণত পৰাস্ত কৰি তিনিখন খেলৰ শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰে। খেলখনত সূৰ্যকুমাৰ যাদৱে তিনিটা টি-২০ ইনিংছত অৰ্জন কৰে তেওঁৰ দ্বিতীয় অৰ্ধশতক। উল্লেখযোগ্য যে, শ্ৰীলংকাক তেওঁলোকৰ অন্তিম ১০ খন টি-২০ মেচত ৯ ম বাৰৰ বাবে পৰাজিত কৰে ভাৰতে।

(UD.)