শ্ৰীলংকাই ৰাজহুৱা স্থানত প্ৰৱেশ কৰিবলৈ ভেকছিনৰ প্ৰমাণপত্ৰ বাধ্যতামূলক কৰিব

Pc times of India

শ্ৰীলংকাই ৰাজহুৱা স্থানত প্ৰৱেশ কৰিবলৈ ভেকছিনৰ প্ৰমাণপত্ৰ বাধ্যতামূলক কৰিব

ৰঙিলী বাৰ্ত্তাসেৱা-  ১ জানুৱাৰীৰ পৰা শ্ৰীলংকাৰ ৰাজহুৱা স্থানত প্ৰৱেশ কৰিবলৈ কোভিড-১৯ টিকাকৰণৰ প্ৰমাণপত্ৰ দেখুৱাটো বাধ্যতামূলক কৰা হ’ব। পৰ্যটন মন্ত্ৰী প্ৰসন্ন ৰণতুঙ্গাই কৈছিল যে স্বাস্থ্য বিষয়াসকলে সিদ্ধান্তবোৰ কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰি আছে। জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ ট্ৰেকাৰৰ মতে শ্ৰীলংকাই এতিয়ালৈকে ৫,৭৯,১৩৪ টা কৰোনাভাইৰাছ ৰোগী আৰু ১৪,৭৩৪ টা কোভিড-১৯ জনৰ মৃত্যু হোৱাৰ খবৰ দিছে।