শ্ৰীকান্ত বিজয়ী, সিন্ধু জাৰ্মান অপেনত দ্বিতীয় ৰাউণ্ডত পৰাজিত 

pc Timesof India

শ্ৰীকান্ত বিজয়ী, সিন্ধু জাৰ্মান অপেনত দ্বিতীয় ৰাউণ্ডত পৰাজিত 

ৰঙিলী বাৰ্ত্তাসেৱা-   ২০২২ চনৰ জাৰ্মান অপেনত মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু পৰাজিত হয়। চীনৰ অবাছাই ঝাং য়ি মেনৰ হাতত ১৪-২১, ২১-১৫, ১৪-২১ ব্যৱধানত পৰাজিত হয়। ইয়াৰ পূৰ্বে ভাৰতৰ কিদাম্বি শ্ৰীকান্তে চীনৰ লু গুয়াং জুক ২১-১৬, ২১-২৩, ২১-১৮ ব্যৱধানত পৰাস্ত কৰি পুৰুষৰ একক কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।