শ্বাটলাৰ লক্ষ্য সেনক উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ কৃতিত্বৰ বাবে সন্মানিত কৰে

Pc The Indian.Express

শ্বাটলাৰ লক্ষ্য সেনক উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ কৃতিত্বৰ বাবে সন্মানিত কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰাখণ্ডৰ আলমোৰা জিলাৰ অন্তৰ্ভুক্ত শ্বাটলাৰ লক্ষ্য সেনক উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে স্পেইনত অনুষ্ঠিত বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপ ২০২১ত তেওঁৰ কৃতিত্বৰ বাবে সন্মানিত কৰে। লক্ষ্যক ১৫ লাখৰ চেক প্ৰদান কৰা হৈছিল। ২০ বছৰীয়া যুৱকজনে ব্ৰঞ্জৰ পদক জিকিবিশ্ব চেম্পিয়নশ্বিপত পদক অৰ্জন কৰা সৰ্বকনিষ্ঠ ভাৰতীয় পুৰুষ শ্বাটলাৰ হিচাপে পৰিগণিত হয়।