শ্বাইলীয়ে বিশ্ব এথলেটিকছ অনুৰ্ধ-২০ৰ চেম্পিয়নশ্বিপত লং জাম্পৰ জৰিয়তে অৰ্জন কৰে ভাৰতৰ বাবে প্ৰথমটো পদক

pc NDTV Sports

শ্বাইলীয়ে বিশ্ব এথলেটিকছ অনুৰ্ধ-২০ৰ চেম্পিয়নশ্বিপত লং জাম্পৰ জৰিয়তে অৰ্জন কৰে ভাৰতৰ বাবে প্ৰথমটো পদক

অনলাইন বাৰ্ত্তাসেৱা – নাইৰোবিত অনুষ্ঠিত হোৱা বিশ্ব এথলেটিকছ অনুৰ্ধ-২০ৰ চেম্পিয়নশ্বিপত ভাৰতৰ শ্বাইলী সিঙে ৬.৫৯ মিটাৰৰ শ্ৰেষ্ঠ প্ৰয়াসৰ জৰিয়তে মহিলাৰ লং জাম্পত ৰূপৰ পদক অৰ্জন কৰে। উল্লেখযোগ্য যে ইভেণ্টৰ ইতিহাসত লং জাম্পত এইটো ভাৰতৰ প্ৰথম পদক। মিক্সড্ ৪ x ৪০০ মিটাৰ ৰিলেত ব্ৰঞ্জ আৰু ১০ কিলোমিটাৰৰ খোজকঢ়া প্ৰতিযোগিতাত অমিত খাত্ৰীৰ দ্বাৰা ৰূপৰ পদকৰ পিছত সিঙৰ পদক হৈছে চেম্পিয়নশ্বিপত ভাৰতৰ তৃতীয় পদক।

(UD.)