শৈশৱ কাল-সুমন পাছৱান

pc-ronitbaras
শৈশৱ কাল
ৰাতিপুৱা ৰাতিৰ ভেদ নাই জোনাকী জোনৰ মূল নাই,
কোমল শৈশৱ পিতৃ-মাতৃ আশ্ৰয়ত থকা কণমানি ফুল।
বাগৰি ফুৰে এই থাই সেই থাই,
বন্ধুৰ অকাল নাই , খেলৰ অন্ত নাই সেই শৈশৱৰ ঋতু।
বৰষুণৰ পানীৰ উৎস , হিয়া ভৰাই উখল্-মাখল্ কৰা
নাই বাধা নাই কোনো সামাজিক সীমাবদ্ধতা , খেলপথাৰ সজা নাই দায়িত্বৰ বোজা |
ৰঙালী বেলিৰ ৰং হানি ওলাই যোৱা , ৰাতিপুৱাৰ এই জিৰণি গধূলি ঘৰ উভতি ।
সোণালী  সূতাৰে বোৱা সৈই কাল , ঘূৰি আহিব নে কেতিয়াবা , সেই মৰম সেই খেল ধেমালি এতিয়াও মনত পৰে ।
                       সুমন পাছৱান