শেষ নিশ্বাস ত্যাগ অনিমা গুহৰ

pc The Sentinal Assam

অনলাইন বাৰ্ত্তাসেৱা – বিশিষ্ট নাৰীবাদী লেখিকা তথা সমাজ সংস্কাৰক অনিমা গুহৰ দেহাৱসান। উলুবাৰীস্থিত বাসভৱনত মৃত্যু হয় অনিমা গুহৰ। প্ৰখ্যাত নিবন্ধকাৰ অমলেন্দু গুহৰ পত্নী আছিল অনিমা গুহ। ৯০বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে তেখেতে। তেওঁৰ মৃত্যুত শোকপ্ৰকাশ কৰে তেখেতৰ অনুৰাগীসকলে।

(By Utpal Kalita)