শিয়ালেখাতী উচ্চ বুনিয়াদী বিদ্যালয়ৰ বাৰ্ষিক খেল-ধেমালি

শিয়ালেখাতী উচ্চ বুনিয়াদী বিদ্যালয়ৰ বাৰ্ষিক খেল-ধেমালি

মৃগাংক বৰুৱাৰ , কছাৰীহাট,ৰঙিলী বাৰ্ত্তাসেৱা- খেলৰ উদ্বোধন কৰে বিশিষ্ট সমাজ কৰ্মী তথা মইনা পাৰিজাতৰ সাধাৰণ সম্পাদক শ্ৰীযুত বীৰেণ কলিতা দেৱে। পতাকা উত্তোলন কৰে প্ৰমোদ দাসে। অলিম্পিক শিখা প্ৰজ্বলন কৰে স্কুলখনৰ প্ৰধান শিক্ষক মনোৰঞ্জন বৰুৱাই । বন্তিপ্ৰজ্বলন কৰে তুলুমনি বৰা।শিক্ষয়িত্ৰী। অনুষ্ঠানৰ আঁতধৰে শিক্ষক জিতেন ৰাজখোৱাই।