শাস্ত্ৰীক মুখ্য প্ৰশিক্ষক পদৰ পৰা আঁতৰোৱাৰ কোনো কাৰণ নাইঃ কপিল দেৱ

pc The Indian Express.jpg

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতৰ প্ৰাক্তন অধিনায়ক কপিল দেৱে প্ৰকাশ কৰে যে যদি ৰবি শাস্ত্ৰীয়ে উপযুক্ত কাম প্ৰদৰ্শন কৰি থাকে তেন্তে তেখেতক টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক পদৰ পৰা আঁতৰ কৰাৰ কোনো কাৰণ নাই। তদুপৰি, পিছলৈ শাস্ত্ৰীৰ সলনি ৰাহুল দ্ৰাবিড়ক নিযুক্তিৰ সম্ভাৱনাৰ বিষয়ে ক’বলৈ গৈ কপিল দেৱে কয়, “যদি আপুনি নতুন প্ৰশিক্ষক নিৰ্বাচন কৰিবলৈ চেষ্টা কৰি আছে, তেন্তে ইয়াত কোনো ভুল নাই।”

(UD.)