শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন শ্ৰীলংকা দলৰ অধিনায়ক দাচুন শানাকাৰ

শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন শ্ৰীলংকা দলৰ অধিনায়ক দাচুন শানাকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শক্তিপীঠ কামাখ্যাত শ্ৰীলংকা দলৰ অধিনায়ক দাচুন শানাকা। মা কামাখ্যাৰ আশিস গ্ৰহণ শ্ৰীলংকান খেলুৱৈগৰাকীৰ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে কামাখ্যা মন্দিৰ দৰ্শন শানাকাৰ। উল্লেখযোগ্য যে, কালি বৰ্ষাপাৰাত অনুষ্ঠিত প্ৰথমখন এদিনীয়া মেচত আকৰ্ষণীয় শতক অৰ্জন কৰিছিল অধিনায়কজনে। শ্ৰীলংকাই মেচখনত পৰাজয় বৰণ কৰিছিল যদিও নিজৰ প্ৰদৰ্শনেৰে হৃদয় কৰিছিল শনাকাই।