লতা মংগেশকাৰ এতিয়াও আইচিইউত আছে: চিকিৎসক

p.cPinkVilla

লতা মংগেশকাৰ এতিয়াও আইচিইউত আছে: চিকিৎসক

ৰঙিলী বাৰ্ত্তাসেৱা-  কোভিড-১৯ত পজিটিভ হোৱাৰ পিছত মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰবীণ গায়িকা লতা মংগেশকাৰ এতিয়াও আইচিইউত আছে, গায়িকাগৰাকীৰ চিকিৎসা কৰি থকা ডাঃ প্ৰতিত সম্দানীয়ে কয়। “তেওঁ সোনকালে সুস্থ হোৱাটো নিশ্চিত কৰিবলৈ আমি যথাসাধিকাৰ চেষ্টা কৰি আছো। তেখেতৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰক,” তেওঁ লগতে কয়। ৯২ বছৰীয়া প্ৰবীণগায়িকাগৰাকী নিউমʼনিয়াত আক্ৰান্ত বুলিও ধৰা পৰিছে।