লতা মংগেশকাৰৰ মৃত্যুত ২ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা

pc. India Today

লতা মংগেশকাৰৰ মৃত্যুত ২ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  দেওবাৰে ৯২ বছৰ বয়সত মৃত্যু হোৱা গায়িকা লতা মংগেশকাৰৰ সন্মানত চৰকাৰে দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে। ৰাষ্ট্ৰীয় শোকৰ সময়ত, সমগ্ৰ ভাৰতত ৰাষ্ট্ৰীয় পতাকা আধা মাষ্টত উৰোৱা হ’ব আৰু কোনো আনুষ্ঠানিক মনোৰঞ্জন নাথাকিব, গৃহ মন্ত্ৰালয়ে কয়। স্বৰ্গীয় গায়িকাজনীক ৰাজ্যিক মৰ্য্যদাৰে অন্ত্যেষ্টিক্ৰিয়া প্ৰদান কৰা হ’ব, ইয়াত যোগ দিয়া হৈছে।