যোৱা 24 ঘণ্টাত ভাৰতত 3.48 লাখ লোক কোভিডত নতুনকৈ আক্ৰান্ত হয় আৰু মৃত্যু হৈছে 4,205 কোভিড ৰোগীৰ। এইয়া হৈছে ভাৰতত এতিয়ালৈকে হোৱা সবাতোকৈ ভয়ংকৰ কোভিড পৰিস্থিতি।