যোৱা ৫ বছৰত ৪,৮৪৪ জন বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে: কেন্দ্ৰ

pcDT Next

যোৱা ৫ বছৰত ৪,৮৪৪ জন বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে: কেন্দ্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  নাগৰিকত্ব আইন, ১৯৫৫ৰ অধীনত যোৱা পাঁচ বছৰত প্ৰায় ৪,৮৪৪ জন বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছিল, গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে এক লিখিত উত্তৰত লোকসভাত জনায়। ৰায়ে কয় যে ২০২১ চনত ১,৭৭৩ জন বিদেশীক, ২০২০ চনত ৬৩৯ জন, ২০১৯ চনত ৯৮৭ জন, ২০১৮ চনত ৬২৮ জন আৰু ২০১৭ চনত ৮১৭ জন বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছিল।