যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিব: এইমছৰ মুৰব্বী

Pc India.com

যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিব: এইমছৰ মুৰব্বী

ৰঙিলী বাৰ্ত্তাসেৱা-  কোভিড-১৯ৰ অমাইক্ৰন প্ৰকাৰৰ সন্দৰ্ভত বক্তব্য ৰাখি এইমছৰ সঞ্চালক ড০ ৰণদীপ গুলেৰিয়াই কয়, “আমি প্ৰস্তুতি কৰা উচিত আৰু আশা কৰা উচিত যে ইউকেৰ দৰে পৰিস্থিতি বেয়া নহয়। আমাক অমাইক্ৰনৰ ওপৰত অধিক তথ্যৰ প্ৰয়োজন।” তেওঁ লগতে কয়, “যেতিয়াই পৃথিৱীৰ আন প্ৰান্তত ঘটনা বৃদ্ধি হয়, আমি ইয়াক নিবিড়ভাৱে নিৰীক্ষণ কৰিব লাগিব আৰু যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিব লাগিব।”