ম্যানচেষ্টাৰ ইউনাইটেডৰ মালিকসকলে ইউ.এ.ই. টি-২০ লীগত দল ক্ৰয় 

Pc sportstar- The hindu

ম্যানচেষ্টাৰ ইউনাইটেডৰ মালিকসকলে ইউ.এ.ই. টি-২০ লীগত দল ক্ৰয় 

ৰঙিলী বাৰ্ত্তাসেৱা-  এমিৰেটছ ক্ৰিকেট বোৰ্ডে  কৈছিল যে ম্যানচেষ্টাৰ ইউনাইটেডৰ সহ-অধ্যক্ষ অৱৰাম গ্লেজাৰে ইউএইত উদ্বোধনী টি-২০ ক্ৰিকেট লীগত এটা ফ্ৰেঞ্চাইজি অৰ্জন কৰিছে। গ্লেজাৰ পৰিয়ালে তেওঁলোকৰ কোম্পানী লেন্সাৰ কেপিটেলৰ জৰিয়তে ছয়টা ফ্ৰেঞ্চাইজিৰ এটা ক্ৰয় কৰিছিল। গ্লেজাৰে কয়, “ইউ.এ.ই. টি-২০ ৰ গঠনত অংশ হ’বলৈ পাই মই অতি উৎসাহিত।”