মোৰ পূৰ্বপূৰুষ আফগানিস্তানত আছে কিন্তু মই ভাৰতীয় নাগৰিকঃ আৰ্শী খান

pc- Zee News

মোৰ পূৰ্বপূৰুষ আফগানিস্তানত আছে কিন্তু মই ভাৰতীয় নাগৰিকঃ আৰ্শী খান

বিগ বছ (Big Boss) ৰ প্ৰাক্তন প্ৰতিযোগী আৰ্শী খানে তেওঁৰ নাগৰিকত্বৰ বিষয়ক ট্ৰ’ল হোৱাৰ বিষয়ে কৈছিল “মই এজন আফগানি পাঠান। মোৰ ককাদেউতাই আফগানিস্তানৰ পৰা প্ৰব্ৰজন কৰিছিল। মোৰ পূৰ্বপুৰুষ আফগানিস্তানত আছে কিন্তু মোৰ নাগৰিকত্ব ভাৰতীয়,” তাখেতে প্ৰকাশ কৰে। আৰ্শীয়ে আৰু কৈছিল যে যিহেতু মানুহে তেওঁক পাকিস্তানৰ নাগৰিক বলি গণ্য কৰে, এই কাৰ্য তেওঁৰ বাবে প্ৰৰোচনামূলক।

(UD.)