মৃত্যু- বিকি নেওগ

pc istockphoto

মৃত্যু

তেওঁৰ
কণ্ঠত জিলিকি আছিল
অলেখ তৰুণ সপোন…!

তেওঁৰ
বুকুত বাজি আছিল
মানুহক ভালপোৱাৰ গান।

এতিয়া তেওঁ শুই আছে
প্ৰজন্মক দিথৈ প্ৰাচুৰ্যৰ ভৰপূৰ ভঁৰাল।

বিকি নেওগ।
বৰখঙীয়া গাঁও।
পশ্চিম যোৰহাট-১৭