মুম্বাই : বৰষুণত মিকা সিঙৰ গাড়ী বিকলহৈ পৰে আৰু তেওঁৰ সহায়ৰ বাবে আগবাঢ়ি আহে বহুলোক

মুম্বাই : বৰষুণত মিকা সিঙৰ গাড়ী বিকলহৈ পৰে আৰু তেওঁৰ সহায়ৰ বাবে আগবাঢ়ি আহে বহুলোক

অনলাইন বাৰ্তাসেৱা – ধাৰাসাৰ বৰষুণৰ মাজত তেওঁৰ গাড়ীখন বিকল হোৱাৰ পিছত দেওবাৰে নিশা গায়ক মিকা সিঙক সহায় কৰিবলৈ শ শ লোক উলাই আহে। ইষ্টাগ্ৰাম যোগে তেওঁ ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । মিকা সিঙৰ সৈতে আকাংক্ষা পুৰীয়ে এখন বিয়াৰ পৰা উভতি আহি থাকোতে গাডী খন বিকল হৈ পৰে। তেওঁ কয়, “যেতিয়া মিকা পাজীৰ গাড়ী খন বন্ধ হৈ যোৱাত, ইমান মানুহ সহায়ৰ বাবে আহে, সেয়া আচৰিত।”

 

M.M