মুম্বাইৰ চিকিৎসা মহাবিদ্যালয়ৰ ২৯ গৰাকী শিক্ষাৰ্থী কৰʼনাত আক্ৰান্ত

Pc- Narayana health

মুম্বাইৰ চিকিৎসা মহাবিদ্যালয়ৰ ২৯ গৰাকী শিক্ষাৰ্থী কৰʼনাত আক্ৰান্ত

অনলাইন বাৰ্ত্তাসেৱা- মুম্বাইৰ কিং এডৱাৰ্ড মেমʼৰিয়েল হাস্পতালত ২৯ গৰাকী শিক্ষাৰ্থী কৰʼনাত আক্ৰান্ত হৈছে। তথ্য অনুসৰি আক্ৰান্ত হোৱা ২৯ গৰাকী শিক্ষাৰ্থী ভিতৰত ২৭ গৰাকীৰে সম্পূৰ্ণ টিকাকৰণ কৰা হৈছে। আক্ৰান্তৰ ভিতৰত ২৩গৰাকী এমবিবিএছৰ দ্বিতীয় বাৰ্ষিকৰ আৰু ৬গৰাকী প্ৰথম বাৰ্ষিকৰ শিক্ষাৰ্থী। এই আক্ৰান্তৰ ভিতৰত দুজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু বাকী কেইজনক কোৱাৰেণ্টাইনত ৰখা হৈছে।