মিজোৰাম ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ জাৰি কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

pc Flipboard

অনলইন বাৰ্ত্তসেৱা – অসম-মিজোৰাম সীমান্তত হোৱা হিংসাত্মক সংঘৰ্ষত ছয়জন আৰক্ষী বিষয়া নিহত হোৱাৰ কেইদিনমানৰ পাছত বৃহস্পতিবাৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে নাগৰিকসকলক মিজোৰামলৈ ভ্ৰমণ নকৰিবলৈ কৈ এক পৰামৰ্শ জাৰি কৰে। “অসমৰ লোকসকলৰ সুৰক্ষাৰ প্ৰতি কোনো ধৰনৰ ভাবুকি গ্ৰহণযোগ্য নহয়,” তৎক্ষণাৎ কাৰ্যকৰী হোৱা এই পৰামৰ্শটোত এনেদৰে উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই। যিসকলে কামৰ বাবে অসমত আছে তেওঁলোকে সাৱধানতা অৱলম্বন কৰা উচিত, লগতে উল্লেখ কৰে।

(UD.)