মিজোৰামত ২,৫০০ কিলোগ্ৰাম বিস্ফোৰকৰ সৈতে ২ জনক গ্ৰেপ্তাৰ

pc hindustan time

 মিজোৰামত ২,৫০০ কিলোগ্ৰাম বিস্ফোৰকৰ সৈতে ২ জনক গ্ৰেপ্তাৰ

 ৰঙিলী বাৰ্ত্তাসেৱা-  মিজোৰামত ম্যানমাৰৰ এজন নাগৰিক আৰু দুজন ভাৰতীয় নাগৰিকক ২,৫০০ কিলোগ্ৰাম বিস্ফোৰক আৰু ৪,৫০০ মিটাৰ ডিটোনেটৰ কৰ্ডৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে।বিদেশীজন চিন নেচনেল ফ্ৰণ্টৰ সদস্য। ৭৩,৫০০ টকাৰ ভাৰতীয় মুদ্ৰা, ম্যানমাৰৰ মুদ্ৰাৰ মূল্য প্ৰায় ৩৯,১২৯ আৰু এখন বাহনও জব্দ কৰা হৈছে।